November 18, 2025 7:44 PM

views 27

জুবিন ৰ্গাগৰ জন্মদিনটো সমগ্র ৰাজ্যতে জাতীয় স্বাভিমান দিৱস হিচাপে পালন অসম গণ পৰিষদৰ

অসম গণ পৰিষদে শিল্পীগৰাকীৰ জন্মদিনটো সমগ্র ৰাজ্যতে জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিছে। এই উপলক্ষে আজি গুৱাহাটীৰ আমবাৰীত থকা দলৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাই এই শিবিৰ মুকলি কৰে। অসম গণ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে আজি শিল্পীগৰাকীৰ ওপজা দিনটো স্বাভিমান দিৱস ৰূপে পালন কৰে। এই উপলক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই নাহৰকে ধৰি বিবিধ মূল্যবান গছপুলি ৰোপণ কৰা হয়। শিল্পীগৰাকীৰ ওপজা দিন উপলক্ষে আজি শিলচৰত ব্যতিক্রমী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা ক্রীড়া স...