December 12, 2024 8:05 PM

views 20

যোৰহাট-জাঁজী ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণৰ কাম অহা বছৰৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব : গাডকাৰী

যোৰহাট-জাঁজী ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণৰ কাম অহা বছৰৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ'ব বুলি আজি লোকসভাত কেন্দ্রীয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাৰ প্রশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই পথছোৱা দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দল-সংগঠনকে ধৰি ব্যক্তি বিশেষে ওজৰ-আপত্তি দাখিল কৰি আহিছিল। জনসাধাৰণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে আজি এই ঘোষণা কৰে। শ্রীগাডকাৰীয়ে সমগ্ৰ দেশতে দুৰ্ঘটনাগ্র...