July 10, 2025 10:54 PM

views 33

যোৰহাটত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

যোৰহাট জিলা আৰক্ষীয়ে দুজনকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। অসম চিকিৎ‍সা পৰিষদৰ বিষয়া ড০ অভিজিত নেওগৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কালি অশোক কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰিছিল। আজি অমৰজ্যোতি নাথ নামৰ আন এজন ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে। বিগত ১৫ বছৰ ধৰি ধৃত ভুৱা চিকিৎসকদ্বয়ে প্রয়োজনীয় অৰ্হতা আৰু পঞ্জীয়ন নথকাকৈ চিকিৎসা সেৱা আগবঢ়াই অহা বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। একেদৰে কলিয়াবৰৰ চিকণী চাহ বাগিচাৰ পৰা জখলাবন্ধা আৰক্ষীয়ে পংকজ দা...