January 23, 2026 7:50 PM

views 49

ভাৰতে সুযোগৰ ঐতিহাসিক গণতান্ত্রিকীকৰণৰ সাক্ষী হৈছে বুলি ড০ জীতেন্দ্র সিঙৰ প্ৰকাশ

কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্য মন্ত্রী ড০ জীতেন্দ্র সিঙে আজি ভাৰতে সুযোগৰ ঐতিহাসিক গণতান্ত্রিকীকৰণৰ সাক্ষী হৈছে বুলি প্রকাশ কৰিছে। তেওঁ কয় যে ই এনে এটা পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি কৰিছে য'ত যুৱপ্ৰজন্মই নিজৰ প্ৰকৃত প্রতিভা অন্বেষণ কৰাৰ লগতে নিজৰ পছন্দৰ পথ বাছি ল'ব পাৰে আৰু নিজৰ দক্ষতাক বহনক্ষম জীৱিকাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিব পাৰে। নতুন দিল্লীত অনুষ্ঠিত 'ৰাষ্ট্ৰীয় দক্ষতা সম্মিলন ২০২৬'ত সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ যুৱপ্ৰজন্ম আজি পূর্বতকৈ অধিক সজাগ আৰু নতুন প্ৰজন্মৰ কথা প্রশি...