October 20, 2024 8:18 PM

views 96

ঝাৰখণ্ডৰ বিভিন্ন প্ৰান্তত ৩ কোটি ১৫ লাখ টকাতকৈ অধিক মূল্যৰ অবৈধ সামগ্ৰী তথা নগদ ধন জব্দ

ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৩ কোটি ১৫ লাখ টকাতকৈ অধিক মূল্যৰ অবৈধ সামগ্ৰী তথা নগদ ধন জব্দ কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়া কে ৰৱি কুমাৰে সদৰি কৰা অনুসৰি নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে বলবৎ কৰিবৰ বাবে নির্দেশনা জাৰি কৰা হৈছে। আযোগ নিৰ্দেশনা অনুসৰি নিৰ্বাচনৰ সময়ছোৱাত কোনো লোকে সৰ্বাধিক ৫০ হাজাৰ টকা লগত ৰাখিব পাৰিব। এই ধনৰ পৰিমাণ ৫০ হাজাৰতকৈ অধিক আৰু ১০ লাখতকৈ কম হলে ধনখিনি জব্দ কৰা হ'ব। জিলা আয়ুক্তৰ নেতৃত্বত গঠিত এখন সমিতিক এই সম্পৰ্কীয় অনুসন্ধা...