June 29, 2024 9:09 PM

views 31

জনতা দল ইউনাইটেডৰ নেতা সঞ্জয় ঝাক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি

জনতা দল ইউনাইটেডে আজি ৰাজ্যসভাৰ সাংসদ তথা দলৰ নেতা সঞ্জয় ঝাক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে। জে ডি ইউৰ সাংসদ, মন্ত্ৰীসকল, কার্যবাহী সদস্য, সাধাৰণ সম্পাদক, সম্পাদক, ৰাজ্যিক সভাপতিসকলে অংশগ্ৰহণ কৰা দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত শ্রী ঝাক নিযুক্তি প্ৰদান কৰা হয়। নিযুক্তিৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী ঝাই কয় যে, বিহাৰৰ ২০২৫ চনৰ বিধানসভা নিৰ্বাচনৰ কথা ধ্যানত ৰাখি আগন্তুক সময়ত দলটোৱে সম্প্ৰসাৰণৰ চেষ্টা কৰিব। দলটোৱে পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি তেওঁ দৃঢ়তাৰে...