July 14, 2026 6:48 PM
6
ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী ৪৯ কোটি ৮২ লাখ টকাৰ প্ৰয়োজন হ’ব বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী আনুমানিক ৪৯ কোটি ৮২ লাখ টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজি সদনত প্ৰকাশ কৰে। বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যে বৰ্ধিত হাৰৰ ৬০ শতাংশ মৰগীয়া বানচ চলিত বৰ্ষৰ জুন মাহৰ দৰমহা, পেঞ্চনৰ সৈতে জুলাই মাহত দিয়া হৈছে। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বৰ্ধিত হাৰত ৬০ শতাংশ মৰগীয়া বানচ ঘোষণা কৰা ৰাজ্যসমূহৰ ভিতৰত অসমো অন্যতম বুলি তেওঁ কয়। এতিয়ালৈ ৫৮ শতাংশৰ পৰা ৬০ শতাংশলৈ মৰগীয়া বানচ বৃদ্ধি কৰা হ...