November 1, 2026 8:04 PM
4
মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক
নতুন দিল্লীত অহা ২৯ নবেম্বৰত হ'বলগীয়া ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ প্রস্তুতি সন্দৰ্ভত আজি মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসমৰ পৰা যাবলগীয়া শিল্পী, আমন্ত্রিত অতিথি আৰু সংশ্লিষ্ট বিষয়ববীয়াসকল দিল্লীত থকা-মেলাৰ ব্যবস্থা সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত নতুন দিল্লীৰ অসম আৱাসৰ আয়ুক্ত কবিতা পদ্মনাভন, কলকাতা অসম ভৱনৰ যুটীয়া আবাসিক আয়ুক্ত ৰণদীপ কুমাৰ ডাম আৰু প্ৰশাসনীয় সচিব যতিন বৰা উপস্থিত থকাৰ লগতে সংশ্লিষ্ট কেইবাগৰাকীও বিষয়ববীয়া ভার...