June 24, 2026 8:00 PM

views 12

আমট্ৰণৰ প্ৰতিনিধি আৰু বন বিভাগৰ বিষয়াৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

বিত্ত, বন আৰু পৰিবেশ বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা আজি আমট্ৰণৰ প্ৰতিনিধি আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় আৰু সুচল কৰাৰ বিষয়ে আলোচনা কৰা হয়। আলোচনাত স্বচ্ছতা বৃদ্ধি, পৰিচালনাগত আঁসোৱাহ দূৰীকৰণ আৰু দক্ষ ৰাজহ প্ৰশাসনৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিভিন্ন পদক্ষেপৰ অন্বেষণ কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় বন সেৱাৰ বিষয়া সংস্থাৰ এটা দলে মন্ত্রী জয়ন্ত মল্ল বৰুৱাক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মন্ত্ৰীগৰাকীয়ে সেৱা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে বহনক্ষম...