August 26, 2024 8:47 PM

views 55

ৰাজ্যবাসীলৈ জন্মাষ্টমী উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে জন্মাষ্টমী হৈছে ধৰ্ম, কৰ্ম আৰু সত্যৰ প্ৰতিমূৰ্তি শ্ৰীকৃষ্ণৰ জন্মদিন উদ্‌যাপন কৰা এটা উপলক্ষ্য। ভগৱান শ্ৰীকৃষ্ণৰ পূজা-অৰ্চনাই মানৱ জাতিক সমৰ্পিত কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু সত্যপথত আগবাঢ়ি যাবলৈ পথ দেখুৱায় বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টিয়ে সকলোৰে জীৱনলৈ সুখ আৰু ...