February 6, 2025 11:15 AM

views 27

প্ৰয়াগৰাজৰ মহাকুম্ভত আজি জনজাতি সাংস্কৃতিক সমাগম-২০২৫

প্ৰয়াগৰাজৰ মহাকুম্ভত আজি জনজাতি সাংস্কৃতিক সমাগম ২০২৫ অনুষ্ঠিত হ'ব। এই সমাগমত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫ হাজাৰৰো অধিক জনজাতীয় লোকে অংশগ্রহণ কৰিব।  ছদিনীয়া এই অনুষ্ঠানত সকলোৱে আদিবাসীসকলৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ প্রতিশ্রুতি ল'ব। উল্লেখযোগ্য যে, বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে ২০২৫ বৰ্ষক জনজাতীয় গৌৰৱ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে ।