June 18, 2026 4:11 PM

views 29

হাইলাকান্দি জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ জনকল্যাণ শিবিৰ

ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত বিভিন্ন চৰকাৰী বিভাগে সহায়ক কেন্দ্ৰ, সজাগতামূলক বিপণী আদি স্থাপন কৰি ৰাইজে যাতে সহজে তথ্য লাভ কৰিব পাৰে আৰু চৰকাৰী সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত ভাষণ দি বিধায়ক ডাঃ মিলন দাসে প্রধানমন্ত্রী...