November 16, 2025 8:02 PM

views 42

ধেমাজি জিলাৰ জোনাইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে একলব্য আদর্শ আবাসীক বিদ্যালয় উদ্বোধন

স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী পষেকৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন ভিন ঠাইত কার্যসূচী অব্যাহত আছে। ধেমাজি জিলাৰ জোনাইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে আজি একলব্য আদর্শ আবাসীক বিদ্যালয় উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক ভূবন পেণ্ড আৰু ধেমাজিৰ অভিভাৱক মন্ত্রী প্রশান্ত ফুকন উপস্থিত থাকে। মন্ত্রী শ্রী ফুকনে এই বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক, মানসিক উৎকর্ষ সাধনত সহায় কৰাৰ উপৰি বিদ্যালয়খনৰ আবাসীক ভৱনত ছাত্র-ছাত্রীসকলৰ বাবে সকলো সুবিধা থাকিব বুলি সাংবাদি...