May 9, 2025 12:37 PM

views 38

জম্মু-কাশ্মীৰত পাকিস্তানে নিক্ষেপ কৰা ৮টাকৈ ক্ষেপনাস্ত্রৰ আক্ৰমণ ব্যৰ্থ ভাৰতীয় বায়ু প্ৰতিৰোধী গোটৰ

পাকিস্তানে জম্মু-কাশ্মীৰৰ ছটৱাৰী, চাম্বা, আৰএছপুৰা আৰু আৰনিয়াক লক্ষ্য কৰি যোৱানিশা ৮টাকৈ ক্ষেপনাস্ত্র নিক্ষেপ কৰে। প্ৰতিৰক্ষা সূত্ৰই কৰা মতে, বায়ু আক্ৰমণ প্ৰতিৰোধী গোটে আটাইকেইটা ক্ষেপনাস্ত্ৰ ধৰা পেলায় আৰু এই আক্ৰমণ ব্যৰ্থ কৰে। আক্ৰমণৰ সময়ত জম্মুৰ আকাশৰ দৃশ্যই ইজৰাইলৰ ওপৰত হামাছে চলোৱা আক্ৰমণৰ কথা সোঁৱৰাই দিয়ে। ইয়াৰ পৰা পাকিস্তানী সেনাই যে, সন্ত্রাসবাদী সংগঠন হামাছৰ দৰে কাম আৰু আচৰণ কৰিবলৈ লৈছে সেয়া স্পষ্ট হৈ পৰে। উল্লেখযোগ্য যে, পাকিস্তানৰ চোৰাং চোৱা সংস্থা আই এছ আই আৰু হামাছ যোৱামাহত পা...