September 9, 2024 11:36 AM
103
জম্মু-কাশ্মীৰত সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ
সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷ এই মাহৰ ১৮ আৰু ২৫ তাৰিখৰ উপৰি ১ অক্টোবৰত ৰাজ্যখনত তিনিটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে কালি ৰামবন জিলাৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলে ৩৭০ অনুচ্ছেদ পুনৰ ঘূৰাই অনাৰ বাবে জনোৱা দাবীক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে বিজেপি ক্ষমতাত থকালৈকে ৩৭০ অনুচ্ছেদ কোনো কাৰণতে পুনৰ প্ৰৱৰ্তন কৰা নহ'ব। তেওঁ লগতে কয় যে জম্মু কাশ্মীৰত এতিয়া ...