May 4, 2025 8:36 PM

views 91

জম্মু-কাশ্মীৰৰ ৰামবন জিলাত সেনা কঢ়িওৱা বাহন দ খাৱৈত পৰাত কেইবাজনো সেনাৰ মৃত্যু

জম্মু-কাশ্মীৰৰ ৰামবন জিলাত আজি সেনা কঢ়িয়াই নিয়া এখন বাহন ৰাস্তাৰ পৰা পিছলি ৭০০ ফুট দ খাৱৈত পৰাৰ ফলত কেইবাজনো সেনাৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা মতে, সেনাৰ গাড়ীখন জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰাৰ সময়ত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ৰামবন জিলাৰ বেট্টি চচমাৰ সমীপত দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ পাছতে সেনা, আৰক্ষী, ৰাজ্যিক দুর্যোগ সঁহাৰি বাহিনী, আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে সাহায্য অভিযান চলাই বাহনখনত যাত্ৰা কৰা ৩ গৰাকী সেনাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত জোৱান কেইজন অমিত কুমাৰ, সুজিত কুমাৰ...