September 17, 2024 12:23 PM

views 62

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সুশাসন আৰু জম্মু-কাশ্মীৰলৈ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়াৰ বাবে বিভিন্ন দিশ সামৰি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই ইস্তাহাৰত দলে জনসাধাৰণৰ আশা, আকাংক্ষাসমূহ পূৰণ কৰাৰ উদ্দেশ্যে কেইবালানিও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰিছে। ইস্তাহাৰত দলে লগতে ঐতিহাসিক দৰবাৰ ব্যৱস্থা অর্থাৎ শ্ৰীনগৰ আৰু জন্মৰ মাজত চৰকাৰ স্থানান্তৰিত কৰাৰ দ্বিবাৰ্ষিক প্ৰথা বাহাল ৰখাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইস্তাহাৰত এইবুলি প্ৰকাশ কৰা ...