March 1, 2025 8:10 PM

views 31

কোকৰাঝাৰত ভূসম্পদ বিভাগৰ জলচ্ছেদ যাত্ৰা কাৰ্যসূচীৰ আয়োজন

প্রধানমন্ত্রী কৃষি জলসিঞ্চন যোজনাৰ জলচ্ছেদ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি কোকৰাঝাৰ জিলাত গ্রামোন্নয়ন মন্ত্ৰ্যালয়ৰ উদ্যোগত ভূসম্পদ বিভাগে জলচ্ছেদ যাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰে। জিলাখনৰ আয়ুক্ত মাছান্দা পাৰ্টিন আৰু জিলা ভূমি সংৰক্ষণ সংমণ্ডলৰ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত পৰিৱেশৰ বহনক্ষমতা আৰু জল সংৰক্ষণৰ ক্ষেত্ৰত জলচ্ছেদ কাৰ্যসূচীৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা হয়। এই অনুষ্ঠানতে উদ্যানশস্যৰ ৰোপণ আৰু অন্য গছৰ পুলি ৰোপণ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে প...