January 29, 2025 1:11 PM

views 28

জি পি সিঙক আনুষ্ঠানিকভাৱে ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ বিদায় সম্ভাষণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্রধান জি পি সিঙক কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধানৰ দায়িত্বভাৰ গ্ৰহণৰ পূৰ্বে কালি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। শ্রী আচার্যই সঞ্চালকপ্ৰধানগৰাকীক নতুন দায়িত্ব নিৰ্বাহৰ পূৰ্বে অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে ৰাজভৱনত আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাইও আজি শ্ৰী সিঙক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি বিদায় সম্ভাষণ জনায়। মুখ্যমন্ত্ৰীয়ে তেওঁক ভৱিষ্যত কৰ্মজীৱন...

August 22, 2024 7:06 PM

views 24

আইন শৃংখলা ৰক্ষাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি জি পি সিঙৰ প্ৰকাশ

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৰাজ্যখনত আইন শৃংখলা ৰক্ষাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি উল্লেখ কৰি সকলো স্তৰৰ আৰক্ষীৰ লোকসকলৰ লগতে সংশ্লিষ্ট সকলোকে এইক্ষেত্ৰত দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে। আৰক্ষী সঞ্চালকপ্রধান শ্রী সিঙে সামাজিক মাধ্যমযোগে এই আহ্বান জনাই আইন উলংঘাকাৰী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলিও উল্লেখ কৰে। তেওঁ ৰাজ্যখনত যিকোনো ধৰণৰ আইন উলংঘাকাৰী ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীৰ মাণ্ডলিক আৰু জিলা পৰ্যায়ৰ স...

August 20, 2024 5:45 PM

views 30

গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা জি পি সিঙৰ

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ ১০ টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী তথা লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত এন আই এলৈ হস্তান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি শ্ৰী সিঙে প্ৰকাশ কৰিছে। তেওঁ কয় যে শিৱসাগৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন...