April 22, 2025 3:26 PM

views 40

ইণ্টাৰনেচনেল শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানত ভাৰতৰ সীমৰণ প্ৰীত কৌৰ ব্ৰাৰৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ সীমৰণ প্ৰীত কৌৰ ব্ৰাৰে পেৰুৰ লীমাত চলি থকা ইণ্টাৰনেচনেল শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। এয়া হ'ল খেলুৱৈগৰাকীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক। ভাৰতীয় খেলুৱৈগৰাকীৰ প্রতিযোগিতাত মুঠ ৩৩ পইণ্ট অৰ্জন কৰি এই পদক লাভ কৰে। একেটা শিতানত চীনৰ ছুন ইউজিয়েই সোণৰ আৰু য়াও কিয়ানচুনে ৰূপৰ পদক অৰ্জন কৰে। পেৰিছ অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা ভাৰতৰ মনু ভাকেৰে চতুৰ্থ স্থান লাভ কৰে। ভাৰতে এইপর্যন্ত প্রতিযোগিতাখনত দুটা সোণৰ, চাৰিটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লা...