November 3, 2025 12:49 PM
104
CMS-03 মহাকাশলৈ সফলতাৰে উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জ্ঞাপন প্রধানমন্ত্রীৰ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সবাতোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰা বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা- ইছৰোক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে ভাৰতীয় মহাকাশ খণ্ড বর্তমান উৎকর্ষ আৰু উদ্ভাৱনৰ সমার্থক হৈ পৰিছে। দেশৰ মহাকাশ বিজ্ঞানীসকলৰ এই সফলতাই দেশৰ উন্নতি আৰু সৱলীকৰণত সহায় কৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা- ইছৰোই কালি সন্ধিয়া ৫ বাজি ২৬ মিনিটত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাবন মহাকাশ কেন্দ্ৰৰ পৰা দে...