June 15, 2025 1:12 PM

views 79

ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্ৰলৈ এক্সিয়োম-ফ’ৰ অভিযানৰ বাবে নতুনকৈ ১৯ জুন তাৰিখ নিৰ্ধাৰণ

ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লাক আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই নিবলগীয়া বহু প্রত্যাক্ষিত এক্সিয়োম-ফ'ৰ অভিযানৰ বাবে নতুনকৈ ১৯ জুনৰ দিনটোক নিৰ্ধাৰণ কৰা হৈছে। এই অভিযানত বিলম্ব ঘটোৱা কাৰিকৰী সমস্যাসমূহ ইতিমধ্যে সমাধান কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো, এক্সিয়োম স্পেছ আৰু স্পেছ এক্সৰ মাজত অনুষ্ঠিত বৈঠকত ফেলকন-নাইন নামৰ উৎক্ষেপন যানখনত দেখা দিয়া তৰল অক্সিজেন নির্গমনৰ সমস্যা ইতিমধ্যে সমাধান কৰা হৈছে বুলি নিশ্চিত কৰা হৈছে। উৎক্ষেপনৰ পূৰ্বে নিয়মীয়া নিৰীক্ষণত নির্গমনৰ সমস্যা...