October 4, 2025 12:34 PM

views 94

হামাছে ইজৰাইলৰ বাকী থকা পণবন্দীসকলক মুকলি কৰি দিবলৈ সন্মত

হামাছে ইজৰাইলৰ বাকী থকা পণবন্দীসকলক মুকলি কৰি দিবলৈ সন্মত হৈছে। তথাপিও তেওঁলোকে আমেৰিকাৰ শান্তি প্ৰস্তাৱত উল্লেখ কৰা কেইবাটাও বিষয়ৰ ওপৰত অধিক আলোচনা হোৱাটো বিচাৰিছে। সংগঠনটোৱে এটা বিবৃতিত কয়, যে যদিহে সকলো বোৰ চৰ্ত পূৰণ হয় তেন্তে ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰস্তাৱত থকা বিনিময় সূত্র অনুসৰি জীৱিত বা মৃত সকলো ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়া হ'ব। হামাছে গাজাৰ ভবিষ্যৎ আৰু পেলেস্তাইনীসকলৰ অধিকাৰ সম্পৰ্কীয় অন্যান্য বিষয়সমূহৰ ওপৰত অধিক আলোচনা হোৱাটো বিচাৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পণবন্দীসকলক নিৰাপদে উলিয়াই অ...