June 18, 2025 7:40 PM

views 31

ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ অব্যাহত

মিছাইল আৰু আকাশমাৰ্গেৰে কৰা আক্ৰমণেৰে আজি ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষই আজি ছদিন অতিক্ৰম কৰিছে। তেহৰানত হোৱা বিস্ফোৰণৰ পাছত কেন্দ্ৰীয় চালিত আৰু অস্ত্ৰ উৎপাদনৰ এলেকাসমূহ আক্রমণ কৰাৰ কথা ইজৰাইলে নিশ্চিত কৰিছে। হাইপাৰচনিক ফাতেহ প্রজেক্টাইলকে ধৰি আন বহুতো মিছাইলেৰে ইৰানে, ইজৰাইলৰ বিমান সামৰিক ব্যৱস্থাৰ জৰিয়তে আক্রমন কৰে। ইজৰাইলৰ সামৰিক বাহিনীয়ে জনাইছে যে তেহৰানত থকা কেন্দ্ৰ চালিত উৎপাদন এলেকা আৰু একাধিক অস্ত্ৰ নিৰ্মাণকাৰী ব্যৱস্থাসমূহ নস্যাৎ কৰাৰ বাবে আক্ৰমন চলোৱা হৈছিল। পঞ্চাশ খনতকৈও বেছি ফাইটাৰ...