April 29, 2024 8:28 PM

views 44

উত্তৰ প্ৰদেশত কেন্দ্রীয় মন্ত্রীদ্বয় ৰাজনাথ সিং আৰু স্মৃতি ইৰাণীৰ মনোনয়ন পত্র দাখিল

উত্তৰ প্ৰদেশত আজি জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রীদ্বয় ৰাজনাথ সিং আৰু স্মৃতি ইৰাণীয়ে তেওঁলোকৰ মনোনয়ন পত্র দাখিল কৰে। ৰাজনাথ সিঙে লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্তৰ সিং ধামি আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ মনোনয়ন পত্ৰ দাখিলৰ সময়ত শ্রীসিঙৰ সৈতে উপস্থিত থাকে। আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আমেথিৰ পৰা তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ...