September 7, 2025 8:21 PM

views 51

ইৰান আৰু আন্তঃৰাষ্ট্ৰীয় আনৱিক শক্তি সংস্থা আই এ ই এ সমন্বয়েৰে এটা নতুন সহযোগিতাৰ আন্তঃগাঁথনিৰ দিশে অগ্ৰসৰ হৈছে বুলি ইৰানৰ বৈদেশিক মন্ত্ৰীৰ প্ৰকাশ

ইৰানৰ বৈদেশিক মন্ত্ৰী চৈয়দ আববাছ আৰাছিয়ে কয়, যে ইৰান আৰু আন্তঃৰাষ্ট্ৰীয় আনৱিক শক্তি সংস্থা আই এ ই এ সমন্বয়েৰে এটা নতুন সহযোগিতাৰ আন্তঃগাঁথনিৰ দিশে অগ্ৰসৰ হৈছে। তেহৰানৰ এখন সন্মিলনত তেওঁ এই কথা প্ৰকাশ কৰে। ইৰানৰ চৰকাৰী সংবাদ সংস্থা আই আৰ এন এ প্ৰকাশ কৰা অনুসৰি ভিয়েনাট যোৱা শুকুৰবাৰে আৰম্ভ হোৱা ইৰান আৰু ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক পৰ্যৱেক্ষণমূলক বৈঠকৰ অন্তত এই কথা সদৰি কৰা হয়। মন্ত্ৰীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে পাৰমাণৱিক আলোচনাৰ সম্ভাৱনা ব্যক্ত কৰে। এই সন্দৰ্ভত মধ্যস্থতাকাৰীৰ জৰিয়তে আলোচ...