April 7, 2025 11:58 AM

views 19

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ

হায়দৰাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি নিশা গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে। ১৫৩ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে ১৬ অভাৰ ৪টা বলত ৩টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। গুজৰাট টাইটানছৰ হৈ অধিনায়ক শুভমন গিলে অপৰাজিত ৬১ ৰানৰ বৰঙণি আগবঢ়ায়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ মহম্মদ শ্বামীয়ে দুটা, পেট কামিন্সে এটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ছানৰাইজাৰ্ছ হায়দৰাবাদে নি...