June 14, 2025 9:33 AM

views 22

গুজৰাটৰ আহমেদাবাদত হোৱা প্ৰাণনাশক বিমান দুর্ঘটনাৰ তদন্ত অব্যাহত, ব্লেকবক্স উদ্ধাৰ

গুজৰাটৰ আহমেদাবাদত হোৱা প্ৰাণনাশক বিমান দুর্ঘটনাৰ তদন্ত অব্যাহত আছে। ফৰেনছিক বিশেষজ্ঞৰ দলে কালি দুর্ঘটনাস্থলীত তন্ন তন্নকৈ সকলোবোৰ দিশ পৰীক্ষা কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, সেই স্থানৰ পৰা এটা ব্লেকবক্স উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এয়াৰ ট্ৰেফিক সেৱা অৰ্থাৎ‍ এ টি এছৰ দলে বিমান দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এটা ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাৰ পাছতে কাষৰীয়া অঞ্চলসমূহৰ কেইবাজনো লোক সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে। সম্প্ৰতি ...