July 22, 2026 10:22 AM

views 3

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতিৰ বাবে দূৰ সংযোগ বিভাগৰ বিশেষ INTRA CIRCLE ROAMING সুবিধা

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দূৰ সংযোগ বিভাগে জিলাকেইখনত ২৪ জুলাইলৈকে বিশেষ INTRA CIRCLE ROAMING সুবিধা কাৰ্যকৰী কৰিছে। ইয়াৰ জৰিয়তে জিলা তিনিখনত ম'বাইল ফোন ব্যৱহাৰকাৰীয়ে নির্দিষ্ট অঞ্চলত নিজৰ ম'বাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক নাথাকিলেও নিৰৱচ্ছিন্নভাবে ম'বাইল সেবা লাভ কৰিবলৈ সমর্থ হ'ব। উপভোক্তাসকলে কোনো ম'বাইল সেবা প্রদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হ'লে উপলব্ধ আন প্ৰতিষ্ঠানৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপ জৰুৰী...