December 22, 2025 1:13 PM

views 32

গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত চতুর্থ আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা

গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত চতুর্থ আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা ২০২৫-২৬ অনুষ্ঠিত হৈছে। এই বাণিজ্য মেলাত আফগানিস্তান, থাইলেণ্ড, ডুবাইকে ধৰি দেশ-বিদেশৰ ১৫০ খনতকৈ অধিক প্রতিষ্ঠানে অংশগ্রহণ কৰিছে। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগীসকলক শক্তিশালী কৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডক প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। অন্যান্য দেশৰ সৈতে অসমৰ বাণিজ্যিক সংযোগ সম্প্ৰসাৰণত এই মেলাই বিশেষ ভূমিকা পালনৰ লগতে যুৱক-যুৱতিসকলৰ বাবে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টিত অৰ...