May 12, 2025 6:45 PM

views 67

নাৰ্ছসকলৰ দৃঢ়তা, প্ৰতিশ্ৰুতি আৰু সেৱাৰ মনোভাৱৰ বাবে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ শ্ৰদ্ধা জ্ঞাপন

আধুনিক ধাত্ৰী বিদ্যাৰ প্ৰতিষ্ঠাপক ফ্ল'ৰেন্স নাইটিংগেলৰ জন্মবার্ষিকী উপলক্ষে আজি সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন কৰা হৈছে। এই দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই কয়, যে নাৰ্ছসকলৰ কল্যাণৰ লগত দেশৰ স্বাস্থ্য ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় বিকাশৰ বিষয়টো পোনপটীয়া সম্পর্ক আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, যে নাৰ্ছৰ ক্ষেত্ৰত বিনিয়োগ কৰা মানে, এখন স্বাস্থ্যসন্মত সমাজ, উৎপাদনক্ষম জাতি আৰু এটা সুন্দৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰাৰ সমান। তেওঁ নাৰ্ছ...