October 13, 2024 9:08 PM

views 63

সমগ্ৰ বিশ্বতে আজি আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্রাসকৰণ দিৱস পালন

সমগ্ৰ বিশ্বতে আজি আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্রাসকৰণ দিৱস পালন কৰা হৈছে। সমগ্ৰ বিশ্বতে দুৰ্যোগৰ আশংকা হ্ৰাস কৰা তথা এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ বিষয়বস্তু হৈছে স্থায়ী ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ সৱলীকৰণ। এই বিষয়বস্তুৱে দুৰ্যোগমুক্ত ভৱিষ্যতৰ বাবে যুৱ সমাজৰ সৱলীকৰণৰ লগতে তেওঁলোকক সুৰক্ষা প্ৰদানত শিক্ষাৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰা হৈছে। এই বছৰ শিক্ষাৰ জৰিয়তে শিশুসকলক সৱল কৰি তোলাৰ লগতে নিজকে সুৰক্ষিত কৰি পৰিয়াল তথা সমাজৰ...