August 30, 2025 11:00 AM

views 38

ভাৰত-জাপানক খনিজ সম্পদক লৈ স্বাক্ষৰিত সহযোগিতাৰ চুক্তিত মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ প্ৰশংসা

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে খনিজ মন্ত্ৰ্যালয় আৰু জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ মাজত খনিজ সম্পদক লৈ স্বাক্ষৰিত সহযোগিতাৰ চুক্তিৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰেড্ডীয়ে কয়, যে এই চুক্তিখন গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ যোগান শৃংখলাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰ সৈতে সামঞ্জস্য ৰাখি স্বাক্ষৰ কৰা হৈছে। শক্তি সুৰক্ষা, ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গমনৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰ এয়া অতি গুৰুত্বপূৰ্ণ বুলি শ্ৰীৰেড্ডীয়ে প্ৰক...