July 9, 2026 9:16 PM

views 7

ভাৰত-ইণ্ডোনেছিয়াৰ মাজত ব্ৰাহ্মছ ক্ষেপনাস্ত্ৰৰ বাবে বৃহৎ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইণ্ডোনেছিয়াই ব্ৰাহ্মছ ক্ষেপনাস্ত্ৰৰ বাবে বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে। যাৰ অধীনত ভাৰতে ইণ্ডোনেছিয়াক শব্দতকৈ বেগি ক্ষেপনাস্ত্র যোগান ধৰিব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র টুহিন সিনহাই কয়, যে ফিলিপাইনছ আৰু ভিয়েটনামৰ পাছত ইণ্ডোনেছিয়া ভাৰতে ব্ৰাহ্মছ চুক্তি স্বাক্ষৰ কৰা তৃতীয়খন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। তেওঁ কয়, এই চুক্তিয়ে প্রতিৰক্ষা সামগ্রী উৎপাদনত মেক ইন ইণ্ডিয়া পদক্ষেপৰ সফলতাক প্রতিফলিত কৰিছে। শ্রী সিনহাই কয়, যে প্রধানমন্ত্রী মোদীৰ প্ৰতিটো বিদেশ ভ্রমণে ভাৰতৰ খ্য...