January 24, 2025 1:03 PM

views 44

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টো নতুন দিল্লীত উপস্থিত

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টোই আসন্ন ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ উদ্দেশ্যে যোৱানিশা নতুন দিল্লীত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই বিমান বন্দৰত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। এই চাৰিদিনীয়া ভ্ৰমণকালত শ্ৰী ছুবিয়াণ্টোই ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। তেওঁ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰকো দেখা কৰিব আৰু ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অভ্যর্থনা অনুষ্ঠানত ...