March 15, 2025 8:27 PM

views 36

২০২৪ বৰ্ষৰ শেষৰ তিনিমাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠানৰ প্ৰকাশ

ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠান (ইউ এন চি টি এ ডি)য়ে ২০২৪ বৰ্ষৰ শেষৰ তিনিমাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। ইউ এন চি টি এ ডিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪ বৰ্ষত বিশ্ব বাণিজ্য যথেষ্ট বৃদ্ধি পায় যদিও এই সময়ছোৱাত কেইবাখনো উন্নত ৰাষ্ট্ৰৰ ব্যৱসায় হ্রাস পায়। অৱশ্যে ভাৰতে এই সময়ছোৱাত গড় হাৰতকৈ উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হয় আৰু দেশখনৰ আমদানি-ৰপ্তানি বৃদ্ধি পায়। প্ৰতিষ্ঠানটোৰ প্ৰতিবেদন অনুসৰি ২০২৪ বৰ্ষৰ বিশ্ব বাণিজ্যৰ পৰিমাণ এক লাখ ২০ হাজাৰ কোটি ডলাৰ বৃদ্ধ...