August 17, 2025 1:48 PM

views 23

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষৰ তুলনাত ৪৭ শতাংশৰো অধিক বৃদ্ধিঃ কেন্দ্ৰীয় পীয়ুষ গোৱেল

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহৰ দেশৰ বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৪৭ শতাংশৰো অধিক বৃদ্ধি পাইছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্রকাশ কৰিছে। শ্রী গোৱেলে কালি সামাজিক মাধ্যমযোগে কয়, যে মেক ইন ইণ্ডিয়া অভিযানৰ সাফল্যৰ বাবে যোৱা দশকত বৈদ্যুতিন সামগ্রী উৎপাদন তিনি হাজাৰ ১০০ কোটি ডলাৰৰ পৰা ১৩ হাজাৰ ৩০০ কোটি ডলাৰলৈ বৃদ্ধি পাইছে। শ্ৰী গোৱেলে কয়, যে চৰকাৰে নিৰ্মাণ খণ্ডত দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে প্ৰয়াস চলাই আছে। তেওঁ কয়, যে এনে প্ৰয়াসৰ ফলস...