August 22, 2025 12:51 PM

views 23

উৎসৱৰ বতৰত ভক্ত-যাত্ৰীৰ আৰামদায়ক আৰু সুচল যাত্ৰাৰ বাবে ৩৮০খন গণপতি বিশেষ ৰে’লগাড়ী চলাচলৰ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱে উৎসৱৰ বতৰত ভক্ত আৰু যাত্ৰীসকলৰ বাবে আৰামদায়ক আৰু সুচল যাত্ৰা সুনিশ্চিত কৰাৰ বাবে ৩৮০ খন গণপতি বিশেষ ৰে'লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৩ বৰ্ষত এনে ধৰণৰ মুঠ ৩০৫ খন ৰে'লগাড়ী চলাচল কৰোৱা হৈছিল আৰু যোৱা বছৰ এনে ৰে'লগাড়ীৰ সংখ্যা ৩৫৮লৈ বৃদ্ধি কৰা হৈছে । ৰে'ল মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে কৈছে, যে মহাৰাষ্ট্ৰ আৰু কোংকন অঞ্চলত উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে মধ্য ৰে'লৱে সৰ্বাধিক ২৯৬ খন ৰে'লগাড়ীৰ দিহা কৰিব। পশ্চিম ৰে'লৱে ৫৬, কোংকন ৰে'লৱে ৬ আৰু দক্ষিণ-পশ্চি...