October 24, 2024 9:00 PM

views 24

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিৰ ৬,৭৯৮ কোটি টকাৰ দুটা ৰে’ল প্ৰকল্পত অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে আজি যোগাযোগ ব্যৱস্থা উন্নীতকৰণ, যাত্ৰা সুচল কৰি তোলা আৰু পৰিবহণ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে ৬ হাজাৰ ৭৯৮ কোটি টকাৰ দুটা ৰে'ল প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পৰ দ্বাৰা উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু সীমান্ত অঞ্চলত ৰে'ল যোগাযোগ উন্নত হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পৰ অধীনত উত্তৰ বিহাৰত ২৫৬ কিলোমিটাৰ ৰে'লপথ দ্বৈতকৰণতো অনুমোদন জনোৱা হৈছে। এই প্রকল্পসমূহে ১০৬ লাখ কৰ্মদিন সৃষ্টিৰে প্ৰত্যক্ষ নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি ৰে'ল মন্ত্ৰী অশ্বি...