August 24, 2024 9:11 PM

views 57

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে ভাৰতীয় পেৰা শ্বুটিং দল ৰাওনা

ভাৰতীয় পেৰা শ্বুটিং দলটো পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে ইতিমধ্যে স্বদেশৰ পৰা ৰাওনা হৈছে। মনীষ নাৰ'ৱাল, আমিৰ আহমেদ ভট্, ৰুদ্ৰাংশ খাণ্ডেলৱাল, অৱনী লেখৰা, মোনা আগৰৱাল, ৰুবিনা ফ্ৰান্সিছ, স্বৰূপ মহাবীৰ, সিদ্ধাৰ্থ বাবু, শ্ৰীহৰ্ষ দেৱ ৰড্ডী আৰু নিহাল সিঙক লৈ গঠিত দলটোৱে পেৰিছ পেৰালিম্পিকত অধিক উন্নত প্ৰদৰ্শনৰ চেষ্টা চলাব। উল্লেখযোগ্য যে, ভাৰতীয় পেৰা শ্বুটিং দলটোৱে টকিঅ' পেৰালিম্পিকত দুটা সোন, এটা ৰূপ আৰু এটা ব্ৰঞ্জসহ মুঠ ৪টা পদক লাভ কৰিছিল। ৩০ আগষ্টত পেৰিছ পেৰালিম্পিকৰ শ্বুটিং শিতানৰ খেলসমূহ আৰম্ভ ...