September 20, 2026 7:20 PM
15
ভাৰতীয় পুৰুষ হকী দলৰ এছিয়ান গেমছত জয়েৰে অভিযান আৰম্ভ
ভাৰতীয় পুৰুষ হকী দলে এছিয়ান গেমছত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতে আজি জাপানৰ কাকামি গাহাৰাত অনুষ্ঠিত পুল এৰ নিজৰ প্ৰথমখন খেলত ইণ্ডোনেছিয়াক ১৩-০১ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ দিলপ্ৰীত সিঙে চাৰিটা গ'ল দিয়ে। অভিষেক, ৰাজিন্দৰ সিং, মনদীপ সিং, অধিনায়ক হৰমনপ্রীত সিং আৰু যুগৰাজ সিঙে এটাকৈ গ'ল দিয়ে। ইণ্ডোনেছিয়াৰ হৈ অউলিয়া অল আৰহদে একমাত্র গলটো দিয়ে। ভাৰত মঙলবাৰে হ'বলগীয়া নিজৰ দ্বিতীয়খন খেলত শ্রীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ভাৰতৰ মহিলা হকী দলে গীফু জিলাৰ গ্ৰীণ ষ্টেডিয়ামত অনুষ্ঠিত পুল বিৰ নিজৰ প্ৰথম...