December 17, 2024 7:54 PM

views 52

ৰাজ্যসভাত আজি সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পৰ্কীয় বিশেষ আলোচনা

ৰাজ্যসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পৰ্কীয় বিশেষ আলোচনা আজি পুনৰ আৰম্ভ আলোচনাত অংশ লৈ উচ্চ সদনৰ নেতা তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কয়, যে ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰই নহয়, বৰং গণতন্ত্ৰৰ মাতৃও। তেওঁ কয়, যে ভাৰতীয় প্ৰমূল্য অনুসৰি স্বাধীনতা, গ্রহণযোগ্যতা, সমতা আৰু সংহতি সংবিধানৰ মূল অংগ আৰু এই প্ৰমূল্যৰাজিয়ে জনসাধাৰণক মৰ্য্যাদাপূর্ণ জীৱন ধাৰণত সহায় কৰে। চৰকাৰ এই দৃষ্টিভংগীৰ প্ৰতি সমৰ্পিত বুলিও তেওঁ উল্লেখ কৰে। অতীতত কংগ্ৰেছে সংবিধানক অৱমাননা কৰা বুলি অভিযো...