December 26, 2025 2:21 PM

views 33

সেনা বাহিনীয়ে সৈনিকসকলৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ সন্দৰ্ভত এখন অভ্যন্তৰীণ পত্ৰ জাৰি

সেনা বাহিনীয়ে সৈনিকসকলৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ সন্দৰ্ভত এখন অভ্যন্তৰীণ পত্ৰ জাৰি কৰিছে । পত্ৰখনত অভিযান বিষয়ক সুৰক্ষা আৰু দায়িত্বহীন অনলাইন আচৰণত গুৰুত্ব আৰোপ কৰা হৈছে। সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে সেনিকসকলক অকল চোৱা আৰু নিৰীক্ষণৰ বাবেহে ইনষ্টাগ্রাম ব্যৱহাৰৰ অনুমতি দিয়া হৈছে। ইনষ্টাগ্ৰামত কোনো ধৰণৰ মতামত প্ৰকাশ কৰা উচিত নহয় বুলি পত্ৰখনত স্পষ্ট কৰি দিয়া হৈছে। ইয়াৰ উপৰি সৈনিকসকলক স্কাইপ, হোৱাটছ-এপ, টেলিগ্ৰাম আৰু ছিগনেলৰ লেখীয়া সামাজিক মাধ্যমৰ মঞ্চসমূহত সাধাৰণ আৰু অগোপনীয় তথ্য আ...