September 18, 2026 1:23 PM

views 4

তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ  ১২৭ ৰাণত জয়লাভ

ভাৰতে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক ১২৭ ৰাণত পৰাস্ত কৰি শৃংখলাৰ আটাইকেইখন খেলত জয়লাভ কৰা কৃতিত্ব অর্জন কৰে। খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২২১ ৰাণ কৰে। ভাৰতৰ হৈ অভিষেক শৰ্মাই ৩৮টা বলত ১০০ ৰাণ কৰে। সঞ্জু ছেমচনে ৫০ ৰাণৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। প্রত্যুত্তৰত আফগানিস্তানে ১৪ অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৯৪ ৰাণহে কৰিবলৈ সমর্থ হয়। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেষ...