June 13, 2025 12:12 PM

views 35

নেডাৰলেণ্ডছত অনুষ্ঠিত FIH প্ৰ’ লীগ হকী প্রতিযোগিতাত আৰ্জেণ্টিনাৰ হাতত ভাৰত পৰাস্ত

FIH প্ৰ' লীগ হকী প্রতিযোগিতাত কালি সন্ধিয়া নেডাৰলেণ্ডছৰ এমটেলভীনত অনুষ্ঠিত এখন খেলত ভাৰত আৰ্জেণ্টিনাৰ হাতত ১-২ গ’লৰ ব্যৱধানত পৰাস্ত হয়। ভাৰতৰ যুগৰাজ সিঙে খেলৰ চতুৰ্থ মিনিটতে গ’ল দি দলৰ অগ্ৰগতি প্ৰদান কৰে যদিও কিছুসময়ৰ পাছত টমাছ ডমেনেই দিয়া গ’লেৰে আৰ্জেণ্টিনাই সমতা স্থাপন কৰে। প্ৰথমাৰ্থত দুয়োটা দলেই গল দিয়াৰ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও উভয় দলৰ গল ৰক্ষক কৃষণ বাহাদুৰ পাঠক আৰু টমাছ ছেণ্টিয়াগোৰ সুন্দৰ প্ৰদৰ্শনৰ বলত বিৰতিৰ পৰলৈকে স্ক'ৰ ১-১ গলত অপৰিৱৰ্তিত হৈ থাকে । খেলৰ ৪৯ মিনিটত ডমেনে পুনৰ ...