June 18, 2024 5:11 PM

views 60

গ্ৰাম্য জীৱনক পৰিৱৰ্তন তথা উদ্ভাৱনক উন্নীত কৰাৰ লক্ষ্যৰে 5G বুদ্ধিমত্তা সম্পন্ন গাঁও আৰু কোৱাণ্টাম এনক্রিপচন এলগ’ৰিডিমৰ প্ৰস্তাৱ কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য জীৱনক পৰিৱৰ্তন কৰিবলৈ তথা উদ্ভাৱনক উন্নীত কৰাৰ লক্ষ্যৰে 5G বুদ্ধিমত্তা সম্পন্ন গাঁও আৰু কোৱাণ্টাম এনক্রিপচন এলগ’ৰিডিমৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে। টেলিকমিউনিকেচনৰ সামগ্ৰী আৰু সমাধানৰ প্রযুক্তি ডিজাইন, বিকাশ আৰু বাণিজ্যিকীকৰণৰ সৈতে জড়িত উদ্যোগ, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, ষ্টার্টআপ, শৈক্ষিক প্ৰতিষ্ঠান তথা চৰকাৰী বিভাগসমূহক ইয়াত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। 5G বুদ্ধিমত্তা সম্পন্ন গাঁও পদক্ষেপে গ্রাম্য সমাজক উন্নীত কৰিবলৈ 5G প্রযুক্তিৰ পৰিৱৰ্তনশীল শক্ত...

May 26, 2024 8:23 PM

views 60

আন্তঃৰাষ্ট্ৰীয় ভুৱা ক’ল বন্ধ কৰাৰ বাবে দূৰ সংযোগ সেৱা প্ৰদানকাৰী কোম্পানীসমূহক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে দূৰ সংযোগ সেৱা প্ৰদানকাৰী কোম্পানীসমূহক আন্তঃৰাষ্ট্ৰীয় ভুৱা ক'ল বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এখন বিজ্ঞপ্তিত যোগাযোগ মন্ত্ৰ্যালয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় ভুৱা কল কৰা লোকসকলে দেশৰ নাগৰিকসকলক ভাৰতৰ ফোন নম্বৰ দেখুৱাই চাইবাৰ অপৰাধ আৰু বিত্তীয় খেলি-মেলি সংঘটিত কৰি আহিছে। এই ফোন কলসমূহ ভাৰতৰ পৰা কৰা দেখুৱাই যদিও চাইবাৰ অপৰাধীসকলে বিদেশৰ পৰা এই কলসমূহ কৰি আহিছে। মন্ত্ৰ্যালয়ে কৈছে যে, এইসমূহ বর্তমান সময়ত ডিজিটেল গ্ৰেপ্তাৰ ফেড এক্স জালিয়াতি, ড্ৰাগছ কুৰিয়াৰ, চৰকাৰী আৰু আৰক্...