August 12, 2025 12:50 PM

views 56

পাকিস্তানৰ সম্ভাৱ্য পৰমাণু ভাবুকি সন্দৰ্ভত সেনাপ্রধান আছিম মুনিৰৰ মন্তব্যক ভাৰতৰ গৰিহণা

ভাৰতে সম্ভাৱ্য পৰমাণু ভাবুকি সন্দৰ্ভত পাকিস্তানৰ সেনাপ্রধান আছিম মুনিৰৰ মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এটা বিবৃতিত কয়, যে ভাৰতে কোনোধৰণৰ পৰমাণু ব্লেকমেইলৰ আগত হাৰ নামানে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। তেওঁ কয়, যে নতুন দিল্লীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব। শ্রীজয়ছোৱালে কয়, যে পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ ভাবুকি দিয়াটো পাকিস্তানৰ বাবে কোনো নতুন কথা নহয়। তেওঁ এনেধৰণৰ মন্তব্য এখন তৃতীয় মিত্ৰদেশৰ ভূমিৰ পৰা...