August 13, 2025 12:05 PM

views 27

নতুন দিল্লীত আজি ভাৰত-ছিংগাপুৰ মন্ত্ৰীসভাৰ তৃতীয়লানি ঘূৰণীয়া মেজমেল

 নতুন দিল্লীত আজি ভাৰত-ছিংগাপুৰ মন্ত্ৰীসভাৰ তৃতীয়লানি ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰ, নিৰ্মলা সীতাৰমণ, অশ্বিনী বৈষ্ণৱ আৰু পিয়ুষ গোৱেলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈদেশিক মন্ত্ৰালয়ে জনাইছে যে, ছিংগাপুৰৰ উপ প্ৰধানমন্ত্ৰী গন কীম য়ং আৰু বিদেশমন্ত্ৰী যোছে ফাইন টিঅ’ও এই বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰী সভাৰ এই ঘূৰণীয়া মেজমেল ভাৰত-ছিংগাপুৰ সহযোগিতাৰ বাবে নতুন কাৰ্যসূচী হিচাপ বিবেচিত হ’ব।ভাৰত-ছিংগাপুৰৰ মাজত এক বিস্তৃত কৌশলগত অংশীদাৰিত্ব আছে আৰু মন্ত্ৰীসভাৰ ঘূৰণীয়া মেজমেলে এই দ্বিপা...