April 28, 2025 9:23 PM

views 44

২৬খন ৰাফেল নৌসেনা যুঁজাৰু বিমান ক্ৰয়ৰ বাবে ফ্ৰান্সৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ

ভাৰতে আজি ২৬খন ৰাফেল নৌসেনা যুঁজাৰু বিমান ক্ৰয় কৰাৰ বাবে ফ্ৰান্সৰ সৈতে এখন প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ফ্ৰান্সৰ সশস্ত্র সেনা দপ্তৰৰ মন্ত্ৰী ছেবাষ্টিয়ান লেকৰ্ণৰ মাজত এই আভ্যন্তৰীণ-চৰকাৰী চুক্তি স্বাক্ষৰিত হয়। এই ২৬ খন যুঁজাৰু বিমানৰ ভিতৰত ২২ খন হ'ব এজনীয়া আসন বিশিষ্ট আৰু বাকী ৪ খন হ'ব দুজনীয়া আসন বিশিষ্ট নৌসেনা যুজাৰু বিমান। ভাৰতীয় নৌসেনাৰ প্ৰয়োজন অনুসৰি এই বিমান কেইখন নিৰ্মাণ কৰা হৈছে। এই বিমানসমূহ ভাৰতীয় নৌসেনাৰ আই এন এছ বিক্রমাদিত্য আ...