November 26, 2025 12:02 PM

views 70

মুক্ত বাণিজ্য চুক্তিৰ বাবে ভাৰতে আজি ৰাছিয়া নেতৃত্বাধীন ইউৰেছিয়ান অর্থনৈতিক সংঘৰ আনুষ্ঠানিক আলোচনা আৰম্ভ

ভাৰতে আজি ৰাছিয়া নেতৃত্বাধীন ইউৰেছিয়ান অর্থনৈতিক সংঘ EAEUৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ বাবে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিব। চলিত বৰ্ষৰ ২০ আগষ্টত স্বাক্ষৰিত হোৱা বিশেষ চুক্তি অনুসৰি নতুন দিল্লীত ৰাছিয়া, আর্মেনিয়া, বেলাৰুছ, কাজাখস্তান আৰু কির্গিস্তানকে ধৰি EAEUৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে এই আলোচনা আৰম্ভ হ'ব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে ঘোষণা কৰিছে। এই চুক্তিয়ে ১৮ মহীয়া ৰোডমেপৰ জৰিয়তে বিশেষকৈ ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, কৃষক আৰু মাছমৰীয়াসকলৰ বাবে ব্যৱসায়ৰ নতুন পথ প্রশস্...